বৌদ্ধিক,সামাজিক তথা সাংস্কৃতিক ক্ষেত্ৰখনিত মধ্যমণি ৰূপে সৰ্বজন স্বীকৃত সদ্য প্ৰয়াত সুবক্তা,নিপুন অভিনেতা,দক্ষ নাট পৰিচালক,অৱসৰীঅধ্যাপক,সমালোচক,মঞ্চপ্ৰবৰ প্ৰয়াত ভবেন বৰাৰ জীৱণ আৰু কৰ্মক নৱপ্ৰজন্মৰ আগত দাঙি ধৰাৰ প্ৰয়াসৰে এই বক্তৃতানুষ্ঠান।#বিধায়ক পদ্ম হাজৰিকাই ৰোমন্থন কৰে প্ৰয়াত ভবেন বৰাৰ সৈতে কটোৱা বহু সময় আৰু স্মৃতি।#আলোচক হিচাপে উপস্থিত আছিল দৰং মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক পূৰ্ণেশ্বৰ নাথ আৰু কাৰ্বি আংলং দেইথৰৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক তথা জামুগুৰিহাটৰ ধলাইবিলৰ যুৱ বক্তা প্ৰিয়াংকু হাজৰিকাই বক্তৃতা প্ৰদান কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
National Award लेने शादी का जोड़ा पहन कर पहुंची Alia Bhatt | Latest News | entertainment
National Award लेने शादी का जोड़ा पहन कर पहुंची Alia Bhatt | Latest News | entertainment
सांगोद नगर में बजरंग दल कार्यकर्ताओं ने शस्त्र पूजन किया
कोटा(बीएम राठौर). सांगोद नगर में काशीपुरी बजरंग व्यायाम शाला में विश्व हिन्दू परिषद बजरंग दल...
शिक्रापूर चे तरुण वर्ग उत्साहात करताहेत रात्रीची गस्त
शिक्रापूर चे तरुण वर्ग उत्साहात करताहेत रात्रीची गस्त