Slug: সৰুপথাৰ ৰেলৱে ষ্টেচনত এটা দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনী।

V/O- জীয়াই থকাৰ তীব্র হেঁপাহ,অযুত সপোন। জীৱন যুঁজৰ এক বাস্তৱ ছবি ।এই প্ৰতিবেদন চোৱাৰ পিছত আপুনিও এবাৰ ভাবিবলৈ বাধ্য হব ,আচলতে জীৱন সংগ্ৰামনো কি!!এই দৃশলৈ মন কৰক।

     ৰাতি নিশ্চয় সকলোৱেই জিৰণি লওঁ আপোনাৰ মোৰ আপোন ঘৰখনত, কিন্তু, এই পৰিয়ালটোলৈ মন কৰক, মুকলি আকাশৰ তলত ৫ জনীয়া এটা পৰিয়াল । ভোকে পিয়াহে মহৰ কামোৰ খাই জীৱন অতিবাহিত কৰিব লগীয়া হৈছে এই পৰিয়ালটোৱে।