ধেমাজিত বেটাৰি চালিত Komaki Electrical Vehicle কোম্পানীৰ Electric Bikeৰ ডিলাৰ তথা Showroom মুুুকলি কৰে জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে ৷ কালি অথাৎ ২৯ জুলাই ২০২২ তাৰিখে ধেমাজি নগৰৰ ২ নং ৱাৰ্ডৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শংকৰদেৱ বিদ্যা নিকেতনৰ সমীপত Dhemaji Eco Ride নামেৰে ই-বাইক showroom টো ফিটা কাটি শুভ উদ্বোধন কৰি বিধাযক ভূৱন পেগুৱে বিশ্বৰ গ্ল’বেল ৱামিঙৰ মোকাবিলা কৰাৰ বাবে এনে ধৰনৰ প্ৰদূষণমুক্ত বাইক বজাৰলৈ অহাটো শুভ লক্ষন বুলিকৈ এবাৰ বেটাৰী চাৰ্জ কৰি ১২০ ৰ পৰা ২০০ কিলোমিটাৰ পৰ্যন্ত চলাব পৰা এই ই-বাইকৰ খৰচো কম বুলি কয় ৷ ৰেজিষ্টাৰ নকৰাকৈ ৰাজ পথত চলাব পৰা ৭৫ ৰ পৰা ১৭০ হাজাৰ পৰ্যন্ত দামৰ মহিলাৰ বাবে স্কুটি ই-বাইক বিভিন্ন মডেলৰ উপৰি আন আন বিভিন্ন বাইক মডেল আছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सिर्फ सूरज की किरणे ही नहीं, इन ड्रिंक्स से भी कर सकते हैं Vitamin D की कमी दूर
Vitamin D हमारे शरीर के सही विकास और हमें सेहतमंद बनाने में मदद करता है। यह एक जरूरी पोषक तत्व है...
થરાદના બુઢણપુર ગામની મુલાકાત સદગુરુ લીધી
થરાદના બુઢણપુર ગામની મુલાકાત સદગુરુ લીધી...
માટી બચાવો અભિયાનના પ્રેરણા સદગુરુ એ પ્રગતિશીલ...
ખેરાલુ પોલીસ મથકમાં કંડમ પડેલા વાહનો ખસેડાયા
ખેરાલુ પોલીસ મથકમાં કંડમ પડેલા વાહનો ખસેડાયા
सोनी टीवी की नन्ही कलाकारों के मलखम आर्ट का प्रदर्शन ने दर्शकों को किया रोमांचित
सोनी टीवी की नन्ही कलाकारों के मलखम आर्ट का प्रदर्शन ने दर्शकों को किया रोमांचितझनक की नायिका...
Wayanad News: Priyanka Gandhi ने वायनाड में एक स्थानीय परिवार से मुलाकात की | Viral Video | Aaj Tak
Wayanad News: Priyanka Gandhi ने वायनाड में एक स्थानीय परिवार से मुलाकात की | Viral Video | Aaj Tak