ওদালগুৰি জিলাৰ কলাইগাওঁ কেন্দেৰীত হংখ বৰাৰ বাসগৃহ ৰ চাৰিবেৰৰ ভিতৰত বাঘৰ আতংক ই অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । উল্লেখযোগ্য যে, কেন্দেৰীৰ অৱসৰি শিক্ষক হংখ বৰাৰ ঘৰৰ ৰাতিপুৱা চোতালত তেজৰ চেকুৰা দেখা পাই আতংকৰ হয়।তাৰ পিছতেই পুখুৰীৰ পাৰত বাঘৰ খোজ প্ৰত্যক্ষ কৰে সন্দেহ বখত।চাৰিবেৰৰ ভিতৰত বাঘৰ খোজ বুলি সন্দেহ প্ৰকাশ কৰি পৰিয়ালৰ লোকে বন বিভাগৰ লোকক খবৰ কৰাত ওদালগুৰি জিলা বন বিষয়াৰ নিৰ্দেশত কলাইগাঁও বন সংমণ্ডল ৰ তৰফৰ পৰা বন বিষয়া উপস্থিত হয় ঘৰখনত আৰু পৰ্যবেক্ষণ কৰে সন্দেহ কৰা বাঘৰ খোজবোৰ । আনহাতে বন বিভাগৰ লোকেও সমগ্ৰ বিষয়টো সন্দেহৰ আৰ্বতত বুলি বাঘ নে অন্য জন্তু সঠিককৈ কব নোৱাৰি পৰৱৰ্তী পৰ্যায়ত সকলো গম পোৱা যাব বুলি কয়।ওদালগুৰিৰ কলাইগাঁৱৰ কেন্দেৰীত বাঘৰ আতংক ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
दुर्घटना मे मृत्यु होने पर परिजनों को सौपा क्लेम का चेक.
टोंक.एसबीआई सुभाष बाज़ार शाखा टोंक द्वारा
खाताधारक मृतक श्री विशाल सैनी का दुर्घटना...
Congress Foundation Day: Nagpur में कांग्रेस की महारैली, RSS के गढ़ में करेगी शक्ति प्रदर्शन
Congress Foundation Day: Nagpur में कांग्रेस की महारैली, RSS के गढ़ में करेगी शक्ति प्रदर्शन
বামুণবাৰী আৰক্ষীৰ লেঙেৰী বামুণপুখুৰীত অবৈধ চুলাই বিৰুদ্ধে অভিযান
বামুণবাৰী আৰক্ষীৰ লেঙেৰী বামুণপুখুৰীত অবৈধ চুলাই বিৰুদ্ধে অভিযান
Netflix, Amazon Prime Video और Disney+Hotstar का फ्री में ले सकते हैं मजा, बस करवाना होगा Jio का ये रिचार्ज
ओटीटी प्लेटफॉर्म पर कंटेंट वॉच करना आज कल के ट्रेंड में शुमार हो चुका है। हालांकि परेशानी तब आती...