নলবাৰী আৰু কামৰূপ জিলাৰ সংযোগী প্ৰধান যোগাযোগৰ পথ হল মৰোৱা কমলপুৰ গড়কাপ্তানি পথ৷উক্ত পথটো বিগত জুনমাহত হোৱা প্ৰলয়ংকৰী বানৰ বিধস্ত কৰিছিল৷আনকি দুয়ো জিলাৰ সীমাত অৱস্থিত এটি কালভাৰ্ট সম্পূৰ্ণ ৰূপে উটুৱাই নিছিল৷উক্ত ঠাইত এখন বাহৰ সাকোঁ দিছে যদিও সেইখনৰে যাতায়তৰ উপযুক্ত হোৱা নাই৷বিপদসংকুল ভাবে সাকোঁ খনৰে পাৰ হব লাগে৷ভূক্তভোগি ৰাইজে অনতিপলমে যাতায়তৰ সুচল কৰাৰ বাবে লোক নিৰ্মাণ বিভাগক দাবী জনাইছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ৰহা পতঞ্জলি যোগ সমিতিৰ সপ্তম সংখ্যক প্ৰতিষ্ঠা দিৱস পালন।
ৰহা পতঞ্জলি যোগ সমিতিৰ সপ্তম সংখ্যক প্ৰতিষ্ঠা দিৱস আজি এদিনীয়া কাৰ্য্যসূচীৰে পালন কৰা হয়।
...
Women's Equality Day: જાણો, શું છે મહિલા સમાનતા દિવસ? આ દિવસે હજારો મહિલાઓએ કર્યો હતો દેખાવ
Women's Equality Day: જાણો, શું છે મહિલા સમાનતા દિવસ? આ દિવસે હજારો મહિલાઓએ કર્યો હતો દેખાવ
पालकमंत्री संदीपान भुमरे यांच्याकडून हजारे कुटुंबियांचे सांत्वन
पालकमंत्री संदीपान भुमरे यांच्याकडून हजारे कुटुंबियांचे सांत्वन..
पाचोड /
पैठणचे माजी...
મેડીકલ સ્ટોર સંચાલક ફાર્માસિસ્ટો પાસેથી રૂપિયા લેતા હોવાની રાવ || સબંધ ભારત ન્યૂઝ ||
મેડીકલ સ્ટોર સંચાલક ફાર્માસિસ્ટો પાસેથી રૂપિયા લેતા હોવાની રાવ || સબંધ ભારત ન્યૂઝ ||