মৰিগাঁৱৰ ওৱাবড়ীত সৰ্প দংশনত দশমী পাতৰ (৬৫) নামৰ এগৰাকী মহিলাৰ মৃত্যু হয়। শনিবাৰে পুৱা প্ৰায় ১১ মানবজাত ঘৰতে বিষাক্ত সাপে দংশন কৰা মহিলা গৰাকীক মৰিগাঁও চিভিল হস্পিতাললৈ আনে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ।