নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অসম অৰুনাচল সীমান্তৱৰ্তী অঞ্চলৰ পৰিত্যক্ত ভুমিত কৃষি বিপ্লৱৰ সুচনা কৰিব বিধায়ক অমিয় ভূঞাই ৷ ৰাজহচক্ৰটোৰ অন্তৰ্গত শ শ হেক্টৰ ভুমি আজিও অব্যৱহৃত হৈ আছে ৷ যাৰবাবে একাংশ অৰুনাচলী লোকে বেদখল কৰাৰ অহৰহ চেষ্টা অব্যাহত ৰাখিছে ৷ এইসমুহ অপতৃণৰে পৰিপূৰ্ণ ভুমি উন্নয়ণ কৰাৰ লগতে যাতায়ত যোগাযোগ উন্নত কৰি সমষ্টিটোৰ নিবনুৱা যুৱক যুৱতীক কৃষি কৰ্মৰে স্বাৱলম্বী হোৱাৰ সুবিধা কৰিব বিধায়কগৰাকীয়ে ৷ এইক্ষেত্ৰত অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই বিশেষ গুৰুত্ব প্ৰদান কৰিব বুলি জানিবলে দিয়ে বিধায়কগৰাকীয়ে ৷ দীৰ্ঘদিনীয়া সীমা বিবাদ সমাধানৰ লগতে সীমান্তৱৰ্তী অঞ্চলসমুহ উন্নয়ণ সম্ভৱ হ’ব বুলি জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে আজি সীমান্তৱৰ্তী দ্ৰোপাং গৰুবন্ধা আৰু গোশালা অঞ্চল পৰিদৰ্শন কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બનાસકાંઠા કલેક્ટર આનંદ પટેલની અધ્યક્ષતામાં જિલ્લા સંકલન સહ ફરિયાદ નિવારણ સમિતીની બેઠક યોજાઈ
બનાસકાંઠા કલેક્ટર આનંદ પટેલની અધ્યક્ષતામાં જિલ્લા સંકલન સહ ફરિયાદ નિવારણ સમિતીની બેઠક યોજાઈ
સાવચેત રહો, આ વર્ષનું સૌથી મજબૂત તોફાન 160 mphની ઝડપે આવી રહ્યું છે
દુષ્કાળ અને હીટવેવથી પરેશાન જાપાન અને ચીન માટે વધુ એક મોટી મુસીબત આવી રહી છે. ખરેખર, 2022ના સૌથી...
"Prabhat Pheri" at Gohpur by Chaiduar Educational Block with enthusiastic participation of Gohpur MLA Utpal Borah
On the 13th August 2022 , on the initiative of Chaiduar Educational Block with full cooperation...
দীপৰ বিলৰ পাৰত ৰেলৰ চেপাত বিলুপ্তপ্ৰায় প্ৰজাতিৰ সৰীসৃপৰ মৃত্যু
আজিৰ খবৰ, গুৱাহাটী, ২৯ জুলাই, ২০২২ : দীপৰ বিলৰ পাৰৰ ঐতিহাসিক শ্ৰী শ্ৰী ভাঙাৰা গোঁহাই মন্দিৰৰ...