চিচিবৰগাঁও মহাবিদ্যালয়ৰ শিক্ষাতত্ব আৰু ইংৰাজী বিভাগৰ নৱাগত আদৰণি সভাঃ চিচিবৰগাঁও মহাবিদ্যালয়ৰ ইংৰাজী আৰু শিক্ষাতত্ব বিভাগৰ নৱাগত আদৰণি সভাখনি আজি যুটীয়া ভাৱে অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ উপাধ্যক্ষ দিতুল লাহনৰ সভাপতিত্বত অনুষ্ঠিত সভাখনি আঁত ধৰে শিক্ষাতত্ব বিভাগৰ অধ্যাপিকা দীপামনি গগৈ আৰু অধ্যাপক অৱনী বৰুৱাই। বিশিষ্ট অতিথি হিচাপে মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ভাস্কৰ চুতীয়া, চিচিবৰগাও কণিষ্ঠ মহাবিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ ইলা দত্তয়ে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। ইফালে নিদিষ্ট বক্তাৰ আসন অলংকৃত কৰি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ নয়নমনি মহন্ত, দৰ্শন বিভাগৰ নৱ কুমাৰ শইকীয়াই জীৱনৰ দৰ্শৰ ওপৰত ভাষণ ৰাখে । আনহাতে অধ্যাপক অনুপ চুতীয়া , উত্তম চুতীয়া , ৰাজনীতি বিজ্ঞান বিভাগৰ হেমন্ত কুমাৰ ভূঞা, আদিয়েও ছাত্র-ছাত্ৰীক উদ্দেশ্যি সাৰুৱা বক্তব্য প্ৰদান কৰে । এই অনুষ্ঠানতেই প্ৰাক্তন বহু কেইগৰাকী ছাত্র-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে এই নৱাগত আদৰণি সভাখনিত দুয়োটা বিভাগৰে ছাত্র-ছাত্ৰী সকলে নৃত্য, গীত মাতেৰে জীপাল কৰি তোলে সমগ্ৰ পৰিবেশ ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
देश के रेल मंत्री तो रील बनाने में व्यस्त,पद पर रहने का कोई अधिकार नहीं-कांग्रेस
पश्चिम बंगाल के न्यू जलपाईगुड़ी रेल हादसे को लेकर कांग्रेस पार्टी की राष्ट्रीय प्रवक्ता सुप्रिया...
Prayagraj Ground Report: संगम नगरी में नाव चलाने वालों ने BJP और SP को लेकर बताई मन की बात
Prayagraj Ground Report: संगम नगरी में नाव चलाने वालों ने BJP और SP को लेकर बताई मन की बात
দৈয়াং নদীত গা- ধুবলৈ গৈ কিশোৰ নিৰুদ্দেশ//News Assam Today Assamese news//
দৈয়াং নদীত গা- ধুবলৈ গৈ কিশোৰ নিৰুদ্দেশ//News Assam Today Assamese news//
रस्त्यात व्हिडिओ बनवत होती तरुणी, पण वेगळ्याच कारणाने होतोय व्हायरल, पहा व्हिडिओ । Viral Video
रस्त्यात व्हिडिओ बनवत होती तरुणी, पण वेगळ्याच कारणाने होतोय व्हायरल, पहा व्हिडिओ । Viral Video