মঙ্গলদৈত উদণ্ড ঘোঁৰাৰ আক্ৰমনত গুৰুতৰ ভাৱে আহত স্কুলীয়া ছাত্ৰ। জি এম চিলৈ প্ৰেৰণ।

#আহত ছাত্ৰজন মঙ্গলদৈ গেৰিমাৰীৰ এজন কিশোৰ 

#মঙ্গলদৈ টাউনত এৰাল দিয়া গৰু, গাহৰি, ঘোঁৰাই পথত যাত্ৰীক হাৰাশাস্তি কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া।

#পদক্ষেপ লোৱাত ব্যৰ্থ প্ৰশাসন পৌৰসভা।