নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অসম অৰুনাচল সীমান্তৱৰ্তী অঞ্চলৰ পৰিত্যক্ত ভুমিত কৃষি বিপ্লৱৰ সুচনা কৰিব বিধায়ক অমিয় ভূঞাই ৷ ৰাজহচক্ৰটোৰ অন্তৰ্গত শ শ হেক্টৰ ভুমি আজিও অব্যৱহৃত হৈ আছে ৷ যাৰবাবে একাংশ অৰুনাচলী লোকে বেদখল কৰাৰ অহৰহ চেষ্টা অব্যাহত ৰাখিছে ৷ এইসমুহ অপতৃণৰে পৰিপূৰ্ণ ভুমি উন্নয়ণ কৰাৰ লগতে যাতায়ত যোগাযোগ উন্নত কৰি সমষ্টিটোৰ নিবনুৱা যুৱক যুৱতীক কৃষি কৰ্মৰে স্বাৱলম্বী হোৱাৰ সুবিধা কৰিব বিধায়কগৰাকীয়ে ৷ এইক্ষেত্ৰত অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই বিশেষ গুৰুত্ব প্ৰদান কৰিব বুলি জানিবলে দিয়ে বিধায়কগৰাকীয়ে ৷ দীৰ্ঘদিনীয়া সীমা বিবাদ সমাধানৰ লগতে সীমান্তৱৰ্তী অঞ্চলসমুহ উন্নয়ণ সম্ভৱ হ’ব বুলি জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে আজি সীমান্তৱৰ্তী দ্ৰোপাং গৰুবন্ধা আৰু গোশালা অঞ্চল পৰিদৰ্শন কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સર્વ પ્રથમ યુનેસ્કો વર્લ્ડ હેરિટેજ શહેર અમદાવાદ
મુખ્યમંત્રી શ્રી ભૂપેન્દ્રભાઈ પટેલના નેતૃત્વ હેઠળ છઠ્ઠી U20 બેઠકની યજમાની કરવા ભારતનું સર્વપ્રથમ...
જાનથી મારી નાખવાની ધમકીની ધારી પોલીસ સ્ટેશને રાવ
ધારી તાલુકાના ફાચરિયા ગામે ગટરના પાણી મુદ્દે બે પક્ષોએ ગાળાગાળી કરી એકબીજા સામે જાનથી મારી...
Women Day पर रखा गया कार्यक्रम जिसमें हर फील्ड की औरतों को सम्मानित किया गया.
Women Day पर रखा गया कार्यक्रम जिसमें हर फील्ड की औरतों को सम्मानित किया गया.
उमा सिनेमा थिएटर समोर लावलेली मोटरसायकलची चोरी अज्ञात चोरावर गुन्हा दाखल
उमा सिनेमा थिएटर समोर लावलेली मोटरसायकलची चोरी अज्ञात चोरावर गुन्हा दाखल
ट्रक में चारे के नीचे छुपा रखा था ढाई करोड़ का डोडा चूरा, नारकोटिक्स की टीम ने किया बरामद
केंद्रीय नारकोटिक्स ब्यूरो (CBN) की टीम ने अवैध मादक पदार्थ तस्करी के खिलाफ बड़ी कार्रवाई की है।...