উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয় সৰ্ববৃহৎ শক্তিপীঠ মা মালিনী থানঃ ধেমাজি জিলাৰ বানিজ্যিক নগৰী হিচাপে পৰিচিত চিলাপথাৰ নগৰৰ পৰা মাত্ৰ ৭ কিলোমিটাৰ নিলগৰ বৰ্তমান অৰুণাচল প্ৰদেশৰ পশ্চিম ছিয়াং জিলাৰ লিকাবালিত চেণ্টাৰৰ পৰা এক কিল'মিটাৰ পূৱ দিশত অৱস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয় সৰ্ববৃহৎ শক্তিপীঠ এই মা মালিনী থান । এই ঐতিহাসিক থানখনি দৰ্শনৰ বাবে দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক সকল আহি সময়ে সময়ে ভিৰ কৰা পৰিলক্ষিত হয় । থানখনিত প্ৰতিদিনে পুৱাৰ পৰাই দেখা যায় ভক্ত প্ৰাণ ৰাইজৰ ভিৰ । কোনোৱে সপৰিয়াল , কোনোৱে বন্ধু - বান্ধৱী অথবা আত্মীয় -স্বজনৰ সৈতে আহি দেৱী মা চৰণত এগচি বন্তি জ্বলাই নৈবেদ্য আদি আগবঢ়াই পূজা অৰ্চনাৰে সু-মঙ্গল তথা সুুখ-শান্তিৰে সমৃদ্ধিশালী কৰিবলৈ আৰ্শীষ বিচাৰেহি দেৱী মাৰ পৰা। জনবিশ্বাস মতে ঐতিহাসিক পৱিত্ৰ থান খনিত দেৱীমাৰ শ্ৰীচৰণত শ্ৰদ্ধা স-ভক্তিৰে এগচি বন্তি প্ৰজ্বলন কৰি পূজা অৰ্চনা কৰিলে পূৰণ হয় মনৰ সকলো অপূৰ্ণ কামনা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Vadodara: Cricketer Irfan Pathan celebrated Eid_Etv News Gujarati
Vadodara: Cricketer Irfan Pathan celebrated Eid_Etv News Gujarati
ગોધરા ખાતે એક દિવસીય" વીરાંગના" સેલ્ફ ડિફેન્સ નો કાર્યક્રમ યોજાયો
ગોધરા ખાતે એક દિવસીય" વીરાંગના" સેલ્ફ ડિફેન્સ નો કાર્યક્રમ યોજાયો
ગોવિંદ ગુરુ...
50 ಸಾವಿರಕ್ಕೂ ಹೆಚ್ಚು ಶಾಲಾ ಶಿಕ್ಷಕರ ಭರ್ತಿ: ಶಿಕ್ಷಣ ಸಚಿವ
ಬೆಂಗಳೂರು: ಸರ್ಕಾರಿ ಪ್ರಾಥಮಿಕ ಹಾಗೂ ಪ್ರೌಢಶಾಲೆಗಳಲ್ಲಿ ಖಾಲಿ ಉಳಿದಿರುವ 58,000 ಶಿಕ್ಷಕರ ಹುದ್ದೆಗಳ ಭರ್ತಿಗೆ...
Army commander calls on Arunachal Governor
Lieutenant General Rana Pratap Kalita, UYSM, AVSM, SM, VSM, General Officer Commanding-in-Chief,...
WTC Final: According to Ricky Ponting, the weather in England should favor Australia a little bit more than India. - Newzdaddy
There are just a little more than 20 days until the second World Test Championship final between...