উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয় সৰ্ববৃহৎ শক্তিপীঠ মা মালিনী থানঃ ধেমাজি জিলাৰ বানিজ্যিক নগৰী হিচাপে পৰিচিত চিলাপথাৰ নগৰৰ পৰা মাত্ৰ ৭ কিলোমিটাৰ নিলগৰ বৰ্তমান অৰুণাচল প্ৰদেশৰ পশ্চিম ছিয়াং জিলাৰ লিকাবালিত চেণ্টাৰৰ পৰা এক কিল'মিটাৰ পূৱ দিশত অৱস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয় সৰ্ববৃহৎ শক্তিপীঠ এই মা মালিনী থান । এই ঐতিহাসিক থানখনি দৰ্শনৰ বাবে দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক সকল আহি সময়ে সময়ে ভিৰ কৰা পৰিলক্ষিত হয় । থানখনিত প্ৰতিদিনে পুৱাৰ পৰাই দেখা যায় ভক্ত প্ৰাণ ৰাইজৰ ভিৰ । কোনোৱে সপৰিয়াল , কোনোৱে বন্ধু - বান্ধৱী অথবা আত্মীয় -স্বজনৰ সৈতে আহি দেৱী মা চৰণত এগচি বন্তি জ্বলাই নৈবেদ্য আদি আগবঢ়াই পূজা অৰ্চনাৰে সু-মঙ্গল তথা সুুখ-শান্তিৰে সমৃদ্ধিশালী কৰিবলৈ আৰ্শীষ বিচাৰেহি দেৱী মাৰ পৰা। জনবিশ্বাস মতে ঐতিহাসিক পৱিত্ৰ থান খনিত দেৱীমাৰ শ্ৰীচৰণত শ্ৰদ্ধা স-ভক্তিৰে এগচি বন্তি প্ৰজ্বলন কৰি পূজা অৰ্চনা কৰিলে পূৰণ হয় মনৰ সকলো অপূৰ্ণ কামনা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Love facts
Love is a complex emotion that has been pondered by philosophers, poets, and scientists for...
ડીસામાં અધૂરા માસે જન્મેલા બાળકની ખાનગી તબીબે જીંદગી બચાવી
સામાન્ય રીતે બાળક જન્મે ત્યારે તેની તંદુરસ્તી બાબતે માતા-પિતા ખૂબ જ સજાગ હોય છે અને મોટાભાગના...
હાલોલ ટાઉન પોલીસ દ્વારા
ઈદ-ઉલ-અદહા (બકરી ઈદ)ના પાવન પર્વને અનુલક્ષીને નગર રાજમાર્ગો પર ફ્લેગ માર્ચ યોજાઈ
હાલોલ નગર ખાતે ગુરૂવારે તારીખ 29/06/2023 ના રોજ યોજાનાર મુસ્લિમોના પાવન પર્વ ઈદ-ઉલ-અદહા (બકરી...
રાજુલા શહેરમાંથી ત્રણ સરકારી ડોક્ટરો પ્રાઇવેટ હોસ્પિટલમાં પ્રેક્ટિસ કરતા રંગે હાથે ઝડપાયા.
રાજુલા ખાતે આવેલ સમર્પણ સ્પેશિયાલિટી હોસ્પિટલનું થોડા મહિના પહેલા ગુજરાત ના આરોગ્ય મંત્રી ઋષિકેશ...