ধেমাজি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী , বিশিষ্টা সমাজকৰ্মী , মইনা পাৰিজাত _ অসম সাহিত্য সভাৰ সক্ৰীয় কৰ্মী তথা বিশিষ্টা লেখিকা বন্দনা দত্ত হাজৰিকালৈ ৰাজ্যৰ শিক্ষা বিভাগে এইবছৰৰ " ৰাজ্যিক কৃতী শিক্ষক বঁটা " আগবঢ়াইছে ৷ জনপ্ৰিয় শিক্ষয়িত্ৰীগৰাকীৰ বঁটা প্ৰাপ্তিত ধেমাজিৰ বিভিন্ন স্তৰৰ ৰাইজে আনন্দ প্ৰকাশ কৰিছে আৰু দত্ত হাজৰিকালৈ অভিনন্দন জনাইছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
'ৰাইজৰ দল'ৰ সাধাৰণ সম্পাদক লোহিত গগৈৰ দলত্যাগ
ৰাজ্যৰ ৭০ টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ ঐক্যবদ্ধ প্ৰচেষ্টাত জন্ম লাভ কৰা আঞ্চলিক ৰাজনৈতিক দল...
मोरान में शाहु वैश्य सन्मिलन ने अपने समाज के मेधावी छात्रों का किया अभिनंदन ।
अखिल असम शाहु वैश्य सन्मिलन के मोरानहाट शाखा के सौजन्य से आज मोरान नतुन नगर में आयोजित सभा में...
আকৌ এজন দুৰ্নীতিগ্ৰস্থ চৰকাৰী বিষয়া আটক
আন এজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীক ‘হেণ্ডছ আপ’ কৰালে দুৰ্নীতি নিবাৰক শাখাই, উৎকোচ...
महाळुंगी जवळ जबर अपघात, दुचाकीस्वार गंभीर जखमी
नांदुरा:दि.२२.नांदुरा मोताळा रोडवर महाळूंगी जवळ चारचाकी व दुचाकी मधे जबर अपघात...