ধেমাজি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী , বিশিষ্টা সমাজকৰ্মী , মইনা পাৰিজাত _ অসম সাহিত্য সভাৰ সক্ৰীয় কৰ্মী তথা বিশিষ্টা লেখিকা বন্দনা দত্ত হাজৰিকালৈ ৰাজ্যৰ শিক্ষা বিভাগে এইবছৰৰ " ৰাজ্যিক কৃতী শিক্ষক বঁটা " আগবঢ়াইছে ৷ জনপ্ৰিয় শিক্ষয়িত্ৰীগৰাকীৰ বঁটা প্ৰাপ্তিত ধেমাজিৰ বিভিন্ন স্তৰৰ ৰাইজে আনন্দ প্ৰকাশ কৰিছে আৰু দত্ত হাজৰিকালৈ অভিনন্দন জনাইছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
শিৱসাগৰত প্ৰাপ্তবয়স্কৰ যক্ষাৰোগ প্ৰতিৰোধী টিকাকৰণ অভিযানৰ শুভাৰম্ভ।উপস্থি ত জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ
শিৱসাগৰ নগৰৰ মাজ মজিয়াত অৱস্থিত শিৱসাগৰ আদৰ্শ চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্য পূৰ্ণ...
শদিয়াৰ বুঢ়া বুঢ়ী দেউৰী গাঁৱত গিৰা-গিৰাচি মেচ্চুত উপস্থিত থাকে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ভৈৰব দেউৰী।
শদিয়াৰ বুঢ়া বুঢ়ী দেউৰী গাঁৱত গিৰা-গিৰাচি মেচ্চুত উপস্থিত থাকে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ...
राजस्थान में विधानसभा उपचुनाव में 3 सीटों पर त्रिकोणीय मुकाबला, कांग्रेस-बीजेपी को लगेगा झटका
राजस्थान में जल्द ही 7 विधानसभा सीटों पर उपचुनाव का मुकाबला होने वाला है. इसके लिए बीजेपी,...