ঢকুৱাখনা নৰ্মাল স্কুলতো অভিৰুচি ক্ৰীড়া দিৱস পালন।

আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ঢকুৱাখনা নৰ্মাল স্কুল,ঢকুৱাখনাৰ উদ্যোগত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়।

এই দিৱসৰ লগত সংগতি ৰাখি পুৱাই মাৰথান দৌৰ ,টেকেলি ভঙা,মিউজিকেল চেয়াৰ আদি বিভিন্ন প্ৰতিযোগিতা আয়োজন কৰা হয় নৰ্মালৰ শিক্ষাথী সকলৰ মাজত।

অভিৰুচি ক্ৰীড়া দিৱসৰ কাৰ্যসূচীৰ শুভৰাম্ভ কৰে নৰ্মাল স্কুলৰ অধ্যক্ষ লক্ষী  কোঁৱৰে  আৰু নিৰ্দিষ্ট বক্তাৰূপে ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ প্ৰিয়ৰাম ফুকনে অংশগ্ৰহণ কৰে।