হোজাই আৰক্ষীৰ অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান।ভাৰপ্ৰাপ্ত বিষয়া তপন মেধিৰ নেতৃত্বত চলা এই অভিযানত ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন কুখ্যাত সৰবৰাহকাৰী।হোজাই আৰক্ষীয়ে ভূঞাপট্টী অঞ্চলত ড্ৰাগছ বিৰোধী অভিযান চলায় জব্দ কৰে ড্ৰাগছ ভৰ্তি ২০টাকৈ কন্টেনাৰ। ধৃত ড্ৰাগছ সৰবৰাহকাৰীৰ নাম ভূঞাপট্টীৰ আব্দুল মুক্তাৰ বুলি জানিব পৰা গৈছে।ড্ৰাগছ খিনিৰ বজাৰ মূল্য প্ৰায় লক্ষাধিক টকা হব বুলি জানিব পৰা গৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
संसद में जब Babri Demolition पर बहस छिड़ी, Atal, Mulayam और Chandrashekhar भिड़ गए!
संसद में जब Babri Demolition पर बहस छिड़ी, Atal, Mulayam और Chandrashekhar भिड़ गए!
সাপেখাতী লংপতীয়াত গ্ৰামীণ বিকাশ বেংকৰ পৰিচালকৰ বিৰুদ্ধে ৰাইজৰ
প্ৰতিবাদ, গ্ৰাহকক অভদ্ৰ আচৰণ কৰাৰ অভিযোগ
Sapekhati, Charaideo : সাপেখাতী: সাপেখাতী লংপতীয়াত গ্ৰামীণ বিকাশ বেংকৰ পৰিচালকৰ বিৰুদ্ধে ৰাইজৰ...
Breaking News : CBSE Board Exam की तारीखों का ऐलान, 15 फरवरी से शुरू होगी परीक्षा
Breaking News : CBSE Board Exam की तारीखों का ऐलान, 15 फरवरी से शुरू होगी परीक्षा
બે બાઈક સામસામે ટકરાતાં અકસ્માત સર્જાયો...
બે બાઈક સામસામે ટકરાતાં અકસ્માત સર્જાયો...
গুৱাহাটী প্ৰেছ ক্লাৱত সাংবাদিকৰ দ্বাৰা মঞ্চস্থ হব তিৱা বীৰ জুঙাল বলহু নাটক পূৰ্ণগতিত চলিছে আখৰা
গুৱাহাটী প্ৰেছ ক্লাৱত সাংবাদিকৰ দ্বাৰা মঞ্চস্থ হব তিৱা বীৰ জুঙাল বলহু নাটক পূৰ্ণগতিত চলিছে আখৰা