হোজাইত সংঘটিত হৈছে নাভূত-নাশ্ৰুত ঘটনা।প্ৰতিদিনে ৰাতিৰ আন্ধাৰত একাংশ দুৰ্বৃত্তয় চুলাই মদ খাই বমি কৰি থৈ যায় অঙ্গনবাড়ি কেন্দ্ৰৰ সন্মুখত। এই ঘটনা সংঘটিত হৈছে হোজাই শিলিগুৰি বস্তিত।শিলিগুৰি এল পি স্কুলৰ পিছফালে থকা এগৰাকী ব্যক্তি বহুদিনৰ পৰাই চলাই আছিল অবৈধ চুলাই মদৰ ঘাটি। কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণৰ পৰা বিৰত বিভাগীয় কৰ্তৃপক্ষ।কিন্তু উল্লেখনিয় বিষয় যে স্কুলৰ সন্মুখত গাওঁবুঢ়াৰ ঘৰ কিন্তু চকু মুদা কুলিৰ ভাও ধৰি বহি থকাৰ অভিযোগ গাওঁবুঢ়াৰ বিৰুদ্ধে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
BLO કામગીરીને લઈને શિક્ષકોમાં રોષ: શિક્ષકો ગાંધીનગરમાં એકઠા થયા
BLO કામગીરીને લઈને શિક્ષકોમાં રોષ
શિક્ષકો ગાંધીનગરમાં થયા એકઠા
ઉત્તમ કામગીરી છતા નોટિસ અપાતી હોવાના આક્ષેપ
BLO કામગીરીને લઈને શિક્ષકોમાં રોષ: શિક્ષકો ગાંધીનગરમાં એકઠા થયા BLO કામગીરીને લઈને શિક્ષકોમાં રોષ...
সোণাৰিত মন্ত্ৰী যোগেন মহনৰ অনুদান বিতৰণ
অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে আজি চৰাইদেউ জিলাৰ...
অসমত আপ কেতিয়াও নাহেঃ মন্ত্ৰী যোগেন মহন
অসমত আপ কেতিয়াও নাহেঃ মন্ত্ৰী যোগেন মহন
Gujarat: दूसरी बार CM बने भूपेंद्र पटेल, पीएम मोदी समेत तमाम दिग्गज मौजूद
गुजरात में भूपेंद्र पटेल ने दूसरी बार मुख्यमंत्री पद की शपथ ले ली. गांधी नगर में उनका भव्य शपथ...
Hero Destini 125 का नया टीजर हुआ जारी, मिली डिजाइन और फीचर्स की जानकारी
देश की प्रमुख दो पहिया वाहन निर्माता हीरो मोटोकॉर्प की ओर से भारतीय बाजार में कई बेहतरीन...