হোজাইত সংঘটিত হৈছে নাভূত-নাশ্ৰুত ঘটনা।প্ৰতিদিনে ৰাতিৰ আন্ধাৰত একাংশ দুৰ্বৃত্তয় চুলাই মদ খাই বমি কৰি থৈ যায় অঙ্গনবাড়ি কেন্দ্ৰৰ সন্মুখত। এই ঘটনা সংঘটিত হৈছে হোজাই শিলিগুৰি বস্তিত।শিলিগুৰি এল পি স্কুলৰ পিছফালে থকা এগৰাকী ব্যক্তি বহুদিনৰ পৰাই চলাই আছিল অবৈধ চুলাই মদৰ ঘাটি। কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণৰ পৰা বিৰত বিভাগীয় কৰ্তৃপক্ষ।কিন্তু উল্লেখনিয় বিষয় যে স্কুলৰ সন্মুখত গাওঁবুঢ়াৰ ঘৰ কিন্তু চকু মুদা কুলিৰ ভাও ধৰি বহি থকাৰ অভিযোগ গাওঁবুঢ়াৰ বিৰুদ্ধে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Congress के आरोपों पर जमकर बोले Owaisi-Rahul Gandhi कितने पैसे लेकर हारे | Aaj Tak
Congress के आरोपों पर जमकर बोले Owaisi-Rahul Gandhi कितने पैसे लेकर हारे | Aaj Tak
ડીસામાં બે અલગ-અલગ અકસ્માતમાં આશાસ્પદ બે યુવકોના મોત
ડીસામાં આજે અલગ-અલગ બે અકસ્માતોમા બે યુવકોના મોત થયા હોવાની ઘટનાઓ બની છે. બનાસપુલ પાસે આજે...
BSNL ने घटा दी 600GB डेटा वाले प्लान की कीमत, 365 दिन की वैलिडिटी के साथ मिलेंगे कई बेनिफिट
भले ही दीवाली खत्म हो गई है लेकिन बीएसएनएल का एक ऑफर अभी भी ग्राहकों को मिल रहा है। इस ऑफर के तहत...
খুমটাইত ৭ টা জল জীৱন মিচন প্ৰকল্প উদ্ধোধন কৰে বিধায়ক মৃণাল শইকীয়াই।
গোলাঘাট জিলাৰ খুমটাইত ৭টা জল জীৱন মিচন প্ৰকল্প উদ্বোধন.।০৩কোটি টকাৰে নিৰ্মিত আঁচনিৰে ১০৩৫ ঘৰৰ...