*দেৰগাঁৱৰ শান্তিপুৰৰ মিছামৰা মৌজা কেন্দ্ৰীয় নামঘৰ আৰু শংকৰী কলাকৃষ্টি বিকাশ কেন্দ্ৰৰ মাহজোৰা নাম প্ৰসংগ আৰু ভাগৱত পাঠ অনুষ্ঠান………*

দেৰগাঁৱৰ শান্তিপুৰস্থিত মিছামৰা মৌজা কেন্দ্ৰীয় নামঘৰ আৰু শংকৰী কলাকৃষ্টি বিকাশ কেন্দ্ৰত পবিত্ৰ ভাদ মাহ উপলক্ষে মাহজোৰা নাম-প্ৰসঙ্গ,কীৰ্ত্তণ-ঘোষা পাঠ,ভাগৱত পাঠ,সংকীৰ্তন,গায়ন-বায়ন আদি অনুষ্ঠান অনুষ্ঠিত হৈছে৷ বালক সকলে গায়ন -বায়ন প্ৰৰ্দশণ কৰিছে ।