গহপুৰৰ বাকৰী দলনি বিমল আচাৰ্য নামৰ যুৱকজনে কৰ্মৰ সুত্ৰে অৰুণাচলৰ চেপ্পাত শক্তি বিভাগত অস্থায়ী শ্ৰমিক হিচাপে কৰ্মৰত আছিল। যোৱা ২২জুলাই তাৰিখ শুক্ৰ বাৰে দিনৰ ১১:০০ টা বজাত বিদ্যুতৰ পৰিবাহী তাৰত কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ সংকটজনক অৱস্থাত বিমল আচাৰ্য্যক উদ্ধাৰ কৰি লগে লগে তেওঁক তেজপুৰ নেমকেয়াৰ হস্পিটালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকৰ সু পৰামৰ্শ মতে পিছত তেওঁক তেজপুৰৰ পৰা গুৱাহাটী নেমকেয়াৰ হস্পিটাললৈ নিয়া হয়। বৰ্তমান বিমল আচাৰ্য্য নেমকেয়াৰ হস্পিটালৰ ICU ত সংকট জনক অৱস্থাত চিকিৎসাধীন হৈ আছে। সেয়েহে,স্থানীয় ৰাইজৰ হৈ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই বেগীজান আঞ্চলিক সমিতিয়ে অসমৰ মূখ্য মন্ত্ৰী ,স্বাস্থ্য মন্ত্ৰী লগতে, গহপুৰৰ সমষ্টিৰ স্থানীয় বিধায়ক আৰু বিভিন্ন দল সংগঠনৰ লগতে, সমূহ ৰাইজক দুৰ্ভগীয়া লোকজনৰ উন্নত চিকিৎসাৰ বাবে তলত দিয়া A/C নম্বৰত সহায় হাত আগবঢ়াই তেখেতক সুস্থ কৰি তুলিবলৈ আহ্বান কৰিছে, পৰিয়ালৰ লোকে।

Details of Account

Name:BIMAL ACHARYA

A/C :31793431829

IFSC:SBIN0005738

SBI Seppa Main Branch

Google pay number - 8073620400(Ramesh Acharya)