মঙ্গলদৈ ৰিপেজেন্তিভ ইউনিয়নে বৰথেকেৰাবাৰীত বানাকান্তৰ মাজত চিকিৎসা শিবিৰ ।

সমগ্ৰ দৰং জিলাত বানপানীয়ে সংহাৰী ৰূপ লোৱাৰ ফলত বানাকান্তৰ মাজত থিয় দিছে

শেহতীয়াকৈ হোৱা প্ৰলয়নকাৰী বানপানীৰ পিছতে বিভিন্ন ধৰণৰ বেমাৰে দেখা দিছে তাৰ প্ৰৰিপেক্ষিত উক্ত আঞ্চল সমূহত চিকিৎসা প্ৰদান বেৱস্তা কৰিছে লগতে ঔষদ সমূহ বিনামূলীয়া প্ৰদান কৰে। 

ৰিপেজেন্তিভ ইউনিয়নে বৰথেকেৰাবাৰীত এক হাজাৰ মানুহক চিকিৎসা প্ৰদান কৰা লগতে ঔষধ যোগান ধৰে।