সোণাৰি নামতোলাত NSCN (IM)ৰ সদস্য আটক, আটকাধীন সদস্যজনৰ নাম টাইনাই ৱাংনাও

চৰাইদেউৰ সোণাৰি অসম-নাগালেণ্ড সীমান্তৰ নামতোলাৰ পৰা আটক NSCN (IM)ৰ দুধৰ্ষ সদস্য টাইনাই ৱাংনাও । টাইনাই ৱাংনাও নগা উগ্ৰপন্থীৰ যুদ্ধবিৰতি গোটৰ সদস্য বুলি জানিব পৰা গৈছে ।