বিগত বছৰ কেইটাৰ দৰে এইবেলিও ৰঙিয়া মহকুমাৰ কামপীঠ বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গাপূজা আৰু শ্ৰীশ্ৰী লক্ষ্মীপূজাৰ আয়োজন কৰিছে৷কামপীঠ(কঞাঁ) দুৰ্গাপূজা মন্দিৰত অহা ১,২,৩,৪ আৰু ৫ অক্টোবৰত বিস্তৃত কাৰ্য্যসূচীৰে আয়োজিত দুৰ্গাপূজাৰ সকলো কাৰ্য্যসূচীতে ৰাইজৰ উপস্থিতি কামনা কৰিছে পূজা উদযাপন সমিতিয়ে৷আনহাতে পূজাৰ লগত সংগতি ৰাখি অহা ৭,৮ আৰু ৯ অক্টোবৰত ইতিহাস থিয়েটাৰেে নাট প্ৰদৰ্শন কৰিব বুলি উদযাপন সমিতিয়ে জানিব দিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বোকাখাতৰ ৰঙামাটি চেউনী গাঁৱত অসাৰ জল জীৱন মিছন: হাহাকাৰ দুই শতাধিক পৰিয়াল
@বোকাখাতৰ ৰঙামাটি চেউনী গাঁৱত অসাৰ জল জীৱন মিছন, @হাহাকাৰ দুই শতাধিক পৰিয়াল।
જસદણના ચોટીલા રોડ પાસે વિદેશી દારૂ ઝડપાયો આરોપી સહિત ₹2,04200 રૂપિયાનો મુદ્દામાલ જપ્ત
જસદણના ચોટીલા રોડ પાસે વિદેશી દારૂ ઝડપાયો આરોપી સહિત ₹2,04200 રૂપિયાનો મુદ્દામાલ જપ્ત
કડીમાં કોર્ટની મુદત પતાવી પોતાના ભાઈ સાથે એકટીવા પર જઈ રહેલ પત્ની પર પતિનો એસીડ હુમલો, પતિ ફરાર
કડી હાઇવે ઉપર મહિલા ઉપર પતિ દ્વારા જ એસિડ વડે હુમલો કરાતા મહિલાને ઇજાઓ પહોંચી હતી. જેથી તેને...
फ्लिपकार्ट और अमेजन पर आया Vivo Y300, पहली सेल में खरीदने पर होगी अच्छी बचत
Vivo Y300 Sale वीवो ने कुछ दिन पहले ही भारतीय मार्केट में Vivo Y300 स्मार्टफोन लॉन्च किया है।...
Haryana Elections 2024: Vinesh Phogat, Bajrang Punia Congress का थामेंगे दामन, BJP ने कसा तंज
Haryana Elections 2024: Vinesh Phogat, Bajrang Punia Congress का थामेंगे दामन, BJP ने कसा तंज