হালধীবাৰী পঞ্চায়তৰ নাজিৰা পৰীয়া গাওঁৰ প্ৰাথমিক বিদ্যালয় হঠাৎ পৰিদৰ্শন কৰিলে বিধায়ক চক্ৰধৰ গগৈয়ে লগতে শিক্ষক শিক্ষয়িত্ৰীৰ সৈতে ভাৱ বিনিময় কৰে বিধায়ক গৰাকীয়ে।