ৰাজ্য চৰকাৰে চাহ শ্ৰমিক সকলৰ উন্নয়নৰ কাৰনে বহু অভিলাষী আঁচনি ৰূপায়ণৰ কথা ঘোষনা কৰিছে যদিও আজিও সমস্যাত জৰ্জৰিতহৈ আছে চাহ শ্ৰমিক সকল।শেহতীয়াকৈ চাহ বাগিচাত চাকৰি কৰা শ্ৰমিক সকলৰ মজুৰি বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহন কৰে যদিও চাহবাগিচাত কামকৰা উপ কৰ্মচাৰী সকলৰ আজিও দৰমহা বৃদ্ধি নহল।লগতে তেওঁলোকে পাবলগা বোনাচ মোকলাই দিয়াৰ দাবীত মৰান হিংৰিজান চাহ বাগানত তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে অসম চাহমজদুৰ সংঘৰ আহ্বান মৰ্মে বাগিছা খনৰ উপ কৰ্মচাৰী সকলে এই প্লতিবাদী কাৰ্য্যসূচীৰ জৰিয়তে দৰমহা বৃদ্ধি কৰা আৰু বোনাচ মুকলি কৰি দিয়াৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દાહોદ જિલ્લામાં ૬૦.૦૭ ટકા મતદાન : રસાકસીના જંગના એંધાણો
દાહોદ જિલ્લામાં વિધાનસભાની કુલ ૦૬ બેઠકો માટે કુલ ૬૦.૦૭ ટકા મતદાન થવા પામ્યું છે. તમામ ઉમેદવારોના...
ৰাজনৈতিক অধিকাৰ বিচাৰি মিলিত হ'ল টিংখাং সমষ্টিৰ কেইবাশতাধিক লোক
সোনোৱাল কছাৰীসকলৰ নতুন ৰাজনৈতিক মঞ্চ জন্মৰ উকমুকনি। ৰাজনৈতিক অধিকাৰ বিচাৰি মিলিত হল টিংখাং...
ঢকুৱাখনাৰ মৰনৈ বেবেজীয়াৰ কৈবৰ্ত গাঁৱত অনুষ্ঠিত হ'ল সমূহীয়া বিবাহ।
ঢকুৱাখনাৰ মৰনৈ বেবেজীয়াৰ কৈবৰ্ত গাঁৱত আয়োজন সমূহীয়া বিবাহ।
এযোৰ দুযোৰ নহয় হিন্দু ধৰ্মৰ নীতি নিয়মেৰে বৃহস্পতিবাৰে নিশা বিবাহ পাশত আৱদ্ধ হ'ল ২৭ যোৰাকৈ দৰা কইনা।
আৰ্থিক ব্
ঢকুৱাখনাৰ মৰনৈ বেবেজীয়াৰ কৈবৰ্ত গাঁৱত অনুষ্ঠিত হ'ল সমূহীয়া বিবাহ।
ঢকুৱাখনাৰ মৰনৈ...
आम आदमी पार्टी कार्यकर्ताओं की कार्यशाला का हुआ आयोजन
रायसिंह नगर
आम आदमी पार्टी कार्यकर्ताओं की कार्यशाला आयोजित
आम आदमी पार्टी...
ડ્રગ્સનો નેટવર્ક ફેલાવવા માટે મહિલા મુંબઈ થી અમદાવાદ આવી, યુવાનો ને ફસાવી કામ કઢવતી હતી : BREAKING
ડ્રગ્સનો નેટવર્ક ફેલાવવા માટે મહિલા મુંબઈ થી અમદાવાદ આવી, યુવાનો ને ફસાવી કામ કઢવતી હતી : BREAKING