ডিমৌ দলপা ৰঙ্গমঞ্চত থাউৰা সমষ্টিৰ আম আদমি পাৰ্টীৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত

শিৱসাগৰ জিলাৰ ডিমৌ উন্নয়ন খণ্ডৰ অন্তৰ্গত নিতাইপুখুৰীৰ দলপা ৰঙ্গমঞ্চত থাওৰা সমষ্টিৰ আম আদমি পাৰ্টীৰ এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়,উক্ত অনুষ্ঠানত অঞ্চলটোৰ শতাধিক ৰাইজে যোগদান কৰে।