মন্ত্ৰীত্ব লাভৰ পিছত পোন প্ৰথমবাৰৰ বাবে শিলঘাটস্থিত অসম সমবায় মৰাপাট কল পৰিদৰ্শন কৰে মন্ত্ৰী নন্দিতা গৰলোছাই । দেশৰ ভিতৰতে সমবায় ভিত্তিৰ একমাত্ৰ কলটি পৰিদৰ্শন কৰি সন্তোষ প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে । মৰাপাট কলটিৰ নতুন গোটটোয়ে অতি সোনকালে উৎপাদন আৰম্ভ কৰিব বুলি মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে । অসমত নতুনকৈ আৰু মৰাপাট উদ্যোগ স্থাপনৰ চিন্তা চৰ্চা কৰা হৈছে বুলি জানিবলৈ দিছে মন্ত্ৰী গৰাকীয়ে । কলটিত উপস্থিত হোৱাৰ পাছতে কলৰ বিষয়া কৰ্মচাৰীয়ে মন্ত্ৰী গৰাকীক গামোচা আৰু শৰাইৰে আদৰণি জনাই। অসম গণ পৰিষদ , কলিয়াবৰ বিধান পৰিষদ আৰু ভলগুৰি সত্ৰ সমবায় সমিতিৰ তৰফৰ পৰাও মন্ত্ৰী গৰাকীক সম্বৰ্ধনা জনোৱা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Girish Chandra Murmu: CAG गिरीश चंद्र मुर्मू फिर चुने गए WHO के लेखापरीक्षक, 2027 तक होगा कार्यकाल
नई दिल्ली, भारत के नियंत्रक एवं महालेखापरीक्षक (सीएजी) गिरीश चंद्र मुर्मू फिर से चार वर्ष के...
ઓહ ! અટલ બ્રિજ ની પહેલા દિવસની આવક 3,63'720 રૂપિયા.
આપદા ને અવસર માં બદલવાની કુનેહ ધરાવતી સરકારે નાગરિકો માટે બ્રિજની ફી રાખી કોર્પોરેશન ની લખલુટ આવક...
ઓખામરીન પોલિસસ્ટેશનખાતે ઇન્ચાર્જ પીઆઇ શ્રી સી એલ દેસાઈ સાહેબ દ્વારા ગણેશ ચતુર્થી નિમિત્તેશાતીમીટીંગ
ઓખામરીન પોલિસસ્ટેશનખાતે ઇન્ચાર્જ પીઆઇ શ્રી સી એલ દેસાઈ સાહેબ દ્વારા ગણેશ ચતુર્થી નિમિત્તેશાતીમીટીંગ