কি আচৰিত, তিনিচুকীয়াৰ চহৰৰ হিজুগুৰিত বাঘৰ আতংক ৷ হয়, আজি পুৱা তিনিচুকীয়া চহৰৰ হিজুগুৰিৰ হেদাইটপুৰ অঞ্চলত পুৱা সৃষ্টি হয় এক বাঘৰ আতংক ৷ পুৱা প্ৰায় ৭ বজাত এজন হিজুগুৰিৰ বাসিন্দাৰ বাৰিত দেখা পায় এটা প্ৰকাণ্ড বাঘ। পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে বনবিভাগক খৱৰ দিয়ে আৰু বনবিভাগে বাঘটো জব্দ কৰিবলৈ উক্ত স্থানত পিঞ্জৰা স্থাপন কৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
অহা-যোৱা কৰিবলৈ পথ নাই ৰহাৰ ৰহাচকী, মাজগাঁও, হাৰিয়ামুখ অঞ্চলত
অহা-যোৱা কৰিবলৈ পথ নাই ৰহাৰ ৰহাচকী, মাজগাঁও, হাৰিয়ামুখ অঞ্চলত। অভাৱনীয় সমস্যাত পৰিছে...
Delhi Vidhan sabha chunav: Delhi में लोगों को संबोधित करते हुए Arvind Kejriwal का बड़ा ऐलान
Delhi Vidhan sabha chunav: Delhi में लोगों को संबोधित करते हुए Arvind Kejriwal का बड़ा ऐलान
এক লাখ কোটিতকৈও অধিক টকাৰ শক্তি কোম্পানীক হেঁচা দি বহি আছে ৰাজ্য, জাননে কোনবোৰ নাম শীৰ্ষত?
◾বিদ্যুৎ উৎপাদনকাৰী কোম্পানী আৰু বিদ্যুৎ বিতৰণ কোম্পানীৰ হাজাৰ হাজাৰ কোটি টকাৰ বাবদ হেঁচা দি বহি...
કેન્દ્રીય મંત્રી પિયુષ ગોયલ ગીર સોમનાથની મુલાકાતે
કેન્દ્રીય મંત્રી પિયુષ ગોયલ ગીર સોમનાથની મુલાકાતે