কোকৰাঝাৰ দীন দয়াল উপাধ্যায় কৌশল গ্ৰামীণ বিকাশ যোজনাৰ অধীনত বহি ৰাজ্যত কৰ্মসংস্থাপিত কৰিবলৈ নিয়া এগৰাকী যুৱতীক দিল্লীৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ আশ্ৰয় গৃহত বলপূৰ্বক অপকৰ্মত লিপ্ত কৰোৱা ঘটনাই বি টি আৰ সদৰ কোকৰাঝাৰত তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।
কোকৰাঝাৰ দীন দয়াল উপাধ্যায় কৌশল বিকাশ কেন্দ্ৰ পৰা কৰ্ম সংস্থাপনৰ নামত বহি ৰাজ্যলৈ নিয়া এগৰাকী যুৱতীক বলপূৰ্বক অপকৰ্মত লিপ্ত কৰোৱাৰ অভিযোগ
 
  
  
  
  
   
   
   
  