শোণিতপুৰৰ বালিপৰাত পুনৰ ড্ৰাগছ জব্দ।বালিপৰাৰ TVS ডিলাৰৰ বাথৰুমত দুজন যুৱকে ড্ৰাগছ সেৱন কৰি থকা অৱস্হাত কৰ্মচাৰীয়ে দেখা পায় আটক কৰে ড্ৰাগছ সহ এজনক |৬ টাকৈ ড্ৰাগছ ভৰ্টি কন্টেইনাৰ জব্দ আটকাধীন যুৱকজনৰপৰা |

ঘটনা সন্দৰ্ভত ৰাইজে অৰুণাচল দিৰাংৰ গুড্ডু ৰাই নাম ৰ এজন যুৱকক আটক কৰি চমজাই দিয়ে চাৰিদুৱাৰ আৰক্ষীক ।অবশ্যে এজন যুৱক পলাই সাৰিবলৈ সক্ষম হয়।