সোণাৰিৰ টিমনত প্ৰকৃতিপ্ৰেমী অনুপ মহনৰ উদ্যোগত গছপুলি ৰোপণৰ প্ৰয়াস। চৰাইদেউ জিলা খনৰ বিভিন্ন প্ৰান্তত এতিয়ালৈকে প্ৰায় ৩৫ হাজাৰ কৃষ্ণচূড়া, সোণাৰুকে ধৰি বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণৰ লগতে প্ৰতিপালন কৰি অভিলেখ গঢ়িছে প্ৰকৃতিপ্ৰেমী অনুপ মহনে। জিলাখনৰ বিভিন্ন প্ৰান্তত গছপুলি ৰোপণ কৰাৰ পাছত এইবাৰ মাহমৰা সমষ্টিৰ টিমনত স্থানীয় ৰাইজৰ সহযোগত গছপুলি ৰোপণৰ প্ৰয়াস প্ৰকৃতিপ্ৰেমী অনুপ মহনৰ। অতিশীঘ্ৰেই টিমনৰ ৰাস্তাৰ কাষত সোণাৰু, কৃষ্ণচূড়া, নাহৰ আদি গছৰ পুলি ৰোপন কৰিবলৈ নিজে ট্ৰেক্টৰ চলাই গাঁত খান্দি জৈৱিক সাৰ আদি দিয়াৰ ব্যৱস্থা কৰিছে অনুপ মহনে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
निखिल हत्याकांड में फरार इनामी आरोपी जय प्रकाश वैष्णव गिरफ्तार
भीमगंजमण्डी पुलिस ने निखिल अग्रवाल हत्याकांड में फरार चल रहे टॉप-10 में चयनित 1000 रूपये का...
মৰিগাঁৱত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ যুৱক আটক।
# মৰিগাঁৱৰ দলবাৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ।
👉AS02AB0354 নম্বৰ পালচাৰ মটৰ চাইকেল খনেৰে...
સુપરફાસ્ટ - આજના મહત્ત્વના સમાચાર - 14-10-2022@Sandesh News
સુપરફાસ્ટ - આજના મહત્ત્વના સમાચાર - 14-10-2022@Sandesh News
এইবাৰ সোপাধৰা নহয় মাজনিশা গহপুৰত ওলাইছে মূৰ কটা মানুহ
গহপুৰত এইবাৰ সোপাধৰা নহয়;মাজনিশা মূৰ কটা মানুহ ওলাইছে।গহপুৰ ৰাঙলীয়াল নপমুৱাত নিশা ঘৰৰ খিৰিকীয়েদি...
દાંતીવાડા ડેમ ની તા 18/09/023 ને સોમવાર ના સવારે 8:30 કલાક ની અગત્યની માહિતી .
દાંતીવાડા ડેમ ની તા 18/09/023 ને સોમવાર ના સવારે 8:30 કલાક ની અગત્યની માહિતી .