Golaghat Rangagorah TE Accident

গোলাঘাটৰ ৰঙাগড়া চাহ বাগিছাত অঘটন। চাহ ফেক্টৰীক কাম কৰি থকা ১৫ বছৰীয়া এজন কিশোৰৰ ভৰি CTC মেচিনত সোমাই গুৰুত্বৰ ভাবে আঘাতপ্ৰাপ্ত ।

কিশোৰ জনৰ সোঁ ভৰিত খন সোমাই যায় চলন্ত মেচিনত।

গুৰুতৰভাৱে আহত কিশোৰ জনৰ নাম দীপক ভূইঞা ।

যোৱা ২৫ আগষ্টৰ নিশা ১০ মান বজাত সংঘটিত হয় এই ঘটনা ।

বৰ্তমান গুৱাহাটীৰ এপল' হাস্পতালত চিকিৎসাধীন দীপক ভূইঞা ।আনহতে

সমগ্ৰ ঘটনা গাপ দি ৰখাৰ চেষ্টা বাগিছা কৰ্তৃপক্ষৰ ৷ ইফালে এই সমগ্ৰ ঘটনা বাগান কৰ্তৃপক্ষক জগৰীয়া কৰিছে হিন্দু যুৱ ছাত্ৰ পৰিষদে। আৰু অতি শীঘ্ৰে আঘাটপ্ৰাপ্ত কিশোৰজনক উচিত ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবী উথাপন কৰে।