গোলাঘাট জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত বিভিন্ন সমস্যা সমাধানৰ দাবীত SMSS ৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী সম্পন্ন l গোলাঘাট জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ l অসম চৰকাৰে গ্ৰহণ কৰা অসমীয়া ভাষা আৰু চৰকাৰী শিক্ষাখণ্ড বিৰোধী সিধান্ত বাতিল কৰা আৰু চৰকাৰী শিক্ষাখণ্ড ৰক্ষা কৰাৰ দাবীতে সাব্যস্ত কৰে উক্ত প্ৰতিবাদ l বি জে পি চৰকাৰ গ বেক,মুখ্য মন্ত্ৰী হুচিয়াৰ' চৰকাৰী শিক্ষাখণ্ড ৰক্ষা কৰক আদি বিভিন্ন শ্ল গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী l শীঘ্ৰে যদি চৰকাৰে এওঁ লোকৰ দাবী সমূহ মানি নলয় তেনেহলে ভবিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে প্ৰতিবাদ কাৰী সকলে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસાના રાણપુર આથમણાવાસમાં જુગાર રમતાં 8 શખ્સોને પોલીસે ઝડપ્યા
એલસીબીની ટીમે સોમવારે રાત્રે રાણપુર-આથમણાવાસ ગામના બનાસ નદીના પટમાં રેડ કરી હતી. જ્યાં જુગાર રમતા...
JK को पूर्ण राज्य का दर्जा दिलाने के राहुल गांधी के वादे को बीजेपी नेता ने बताया मुंगेरीलाल का हसीन सपना
जम्मू कश्मीर में चुनावी जनसभा को संबोधित करते हुए कांग्रेस नेता राहुल गांधी ने राज्य को स्टेटहुड...
55वें स्थापना दिवस पर सिंगल यूज प्लास्टिक का एकत्रीकरण कर किया निस्तारण
55वें स्थापना दिवस पर सिंगल यूज प्लास्टिक का एकत्रीकरण कर किया निस्तारणबून्दी। राष्ट्रीय सेवा...