।চৰাইদেউ জিলাৰ কৃষিবিভাগৰ উদ্যোগত উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত শস্য বীমা পলিচি বিতৰণ কাৰ্য্যসূচীৰ ৰূপায়ণ কৰাহয়। এই অনুষ্ঠানত সোনাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোৱঁৰ মুখ্য অতিথি হিচাবে উপস্থিত থাকে। উপায়ুক্ত পল বৰুৱাৰ সভাপতিত্বত অনুস্থিত হোৱা সভাখনত অতিৰিক্ত উপায়ুক্ত অভিজিত গগৈ জিলা কৃষি বিষয়া ৰবীন য়েইন প্ৰধিনমন্ত্ৰী ফচল বীমা যোজনাৰ কমিটিৰ সদস্য ৰ লগতে বিভাগীয় কম্নচাৰী সকল আৰু হিতাধিকাৰী সকল। সভাত বিধায়ক ধৰ্মশ্বৰ কোৱৰে হিতাধিকাৰী সকলৰ মাজত শস্য বীমা পলিচি বিতৰণ কৰে। ইয়াৰ পিছতে উপায়ুক্ত পল বৰুৱাই ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান আচনিৰ অধীনত চাৰি গৰিকী কৃষক হিতাধিকাৰীক পাম্প চেট প্ৰদান কৰে। লগতে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা আচনিৰ অধীনত চাৰিগৰাকীমহিলা হিতাধিকাৰীক পিঠাগুৰি খুন্দা মেচিন আৰু প্ৰধানমন্ত্ৰী কৃষি।সঞ্চয় যোজনাৰ অধীনত ছগৰাকী হিতাধিকাৰীক স্প্ৰিং কুলাৰ প্ৰদান কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Arunachal: Anjaw district bordering China emerging as the new tourism hub
The Arunachal Pradesh government has recently launched a model village aiming to develop selected...
Afghanistan Earthquake में 2,000 से ज्यादा लोगों की मौत, सैकड़ों दबे
Afghanistan Earthquake में 2,000 से ज्यादा लोगों की मौत, सैकड़ों दबे
કલેકટરના અધ્યક્ષસ્થાને ઠાસરા ખાતે વિધાનસભા ચૂંટણીની સમીક્ષા બેઠક યોજાઈ
ખેડા જિલ્લામાં વિધાનસભા ચૂંટણીની તૈયારીઓ પૂર જોશમાં ચાલી રહી છે. ત્યારે કલેકટર કે.એલ.બચાણી દ્વારા...
सरकार ने 18 जुलाई से जीएसटी के नए नियम लागू कर दिए हैं
जीएसटी को लेकर लगातार खबरें चल रही हैं. सरकार ने 18 जुलाई से जीएसटी के नए नियम लागू कर दिए हैं....