জয়মালাক ওভতাই আনিবৰ বাবে আজি তামিলনাডুলৈ যাব বন বিভাগৰ দল। তামিলনাডুৰ এটা মন্দিৰত নিৰ্মম অত্যাচাৰৰ বলি হোৱা জয়মালাক ওভতাই আনিবৰ বাবে যাবলগীয়া দলটোৰ সদস্যসকল হ’ল অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক শ্ৰী হিৰ্দেশ মিশ্ৰ, অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় অধ্যাপক ডা৹ কুশল কুমাৰ শৰ্মা , মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক শ্ৰী অপৰ্ণা নটৰাজন আৰু তিনিচুকীয়া জিলা পশু চিকিৎসা আৰু পশুপালন বিষয়া ডা৹ ৰূপজ্যোতি কাকতি।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
શંકરસિંહ મુખ્યમંત્રી થયા પણ ધારાસભ્ય ન હતા, તેમણે ચાલી આ ચાલ, જાણો પછી શું થયું
શંકરસિંહ મુખ્યમંત્રી થયા પણ ધારાસભ્ય ન હતા, તેમણે ચાલી આ ચાલ, જાણો પછી શું થયું - Prashant Dayal
देशी शराब की 3 पेटी व 144 पव्वो के साथ तीन लोगों को अलग अलग जगह से पकड़ा , नाकाबंदी के दौरान की कार्यवाही
इटावा
खातोली पुलिस ने कोटा ग्रामीण एसपी सुरजीत शंकर व डीएसपी इटावा शिवम जोशी के निर्देशन...
પૂર્વ ધારાસભ્યે કોંગ્રેસ માંથી રાજીનામુ /SABANDH BHARAT NEWS /DEESA
પૂર્વ ધારાસભ્યે કોંગ્રેસ માંથી રાજીનામુ /SABANDH BHARAT NEWS /DEESA
Real Estate Big Rally: 1 साल में 90% चला Realty Index, इन कंपनियों ने दिए शानदार Returns |CNBC Awaaz
Real Estate Big Rally: 1 साल में 90% चला Realty Index, इन कंपनियों ने दिए शानदार Returns |CNBC Awaaz
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, দেওমৰনৈ আঞ্চলিক সমিতিৰ অন্তৰ্গত নিজ চপাই শাখা সমিতি গঠন
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,দেওমৰনৈ আঞ্চলিক সমিতিৰ অন্তৰ্গত নিজ চপাই শাখা সমিতি খন গঠন কৰা...