ডিব্ৰুগড় জিলাৰ মৰাণৰ ঘুগুলনী বঙালী গাঁৱৰ পৰা এগৰাকী মহিলা নিজৰ ১২ বছৰীয়া কন্যাৰ সৈতে বিগত ৫ দিন ধৰি সন্ধানহীন হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘুগুলনী বঙালী গাঁৱৰ নিবাসী বাবা গগৈৰ পত্নী অঞ্জলি গগৈ (৩০) আৰু কন্যা জুৰি গগৈ (১২) যোৱা ২৬ আগষ্টৰ পৰা সন্ধানহীন হৈ থকাত দু:চিন্তাত পৰিছে পৰিয়ালৰ লোক ৷ মৰাণৰ বামুণবাৰীত পুৱা প্ৰায় ৯ বজাত বজাৰ কৰিবলৈ ওলাই যোৱাৰে পৰা সন্ধান নাই মাতৃ-কন্যাৰ ৷ ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে খোৱাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ উপৰিও বিভিন্ন স্থানত খা-খৱৰ কৰিও কোনো সন্ধান নোপোৱাত উপায়হীন হৈ পৰিছে ৷ পৰিয়ালৰ লোকে মাতৃ-কন্যা দুয়ো কোনো দুষ্ট চক্ৰৰ হাতত পৰাৰ আশংকা ব্যক্ত কৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সোণাৰি তিনিআলি দুৰ্গা পূজাৰ সাংস্কৃতিক অনুষ্ঠান
সোণাৰি তিনিআলি দুৰ্গা পূজাৰ সাংস্কৃতিক অনুষ্ঠান
स्थानांतरण नीति बनाकर तृतीय श्रेणी शिक्षकों सहित शिक्षा विभाग में जल्द तबादले हो शुरू
स्थानांतरण नीति बनाकर तृतीय श्रेणी शिक्षकों सहित शिक्षा विभाग में जल्द तबादले हो शुरूराजस्थान...
Gautam Shah's Multibagger Stock Picks | 10 के दमदार Trades में जानें आज कौन से Stocks भरेंगे दम?
Gautam Shah's Multibagger Stock Picks | 10 के दमदार Trades में जानें आज कौन से Stocks भरेंगे दम?
चिपळुणात दुसऱ्यांदा गोवा बनावटीची दारु पकडली, एकाला घेतले ताब्यात
चिपळूण: मुंबई-गोवा महामार्गावरील चिपळूण तालुक्यातील कळंबस्ते सुमारे २४ लाख रुपयांची गोवा बनावटीची...
অহাকালি শ্ৰীশ্ৰী বিশ্বকৰ্মা পুজা।প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ।পুজা সামগ্ৰী, ফল মূল আৰু ফুল মালাৰে ভৰি পৰিছে ৰহা বজাৰ।
অহাকালি বিশ্ব খনিকৰ,শ্ৰীবিশ্বকৰ্মা পুজা,সমগ্ৰ ৰাজ্যৰ লগতে বৃহতৰ ৰহাতো পুজাৰ প্ৰস্তুতি প্ৰায়...