ডুমডুমা মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰা ড⁰ অমৰজিৎ শ‌ইকীয়াক আদৰণি।

ডুমডুমা মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰা ড⁰ অমৰজিৎ শ‌ইকীয়া ছাৰক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডুমডুমা মহাবিদ্যালয়ৰ গোটৰ তৰফৰ পৰা বৃহস্পতি বাৰে আদৰণি জনোৱা হয় । উল্লেখ্য ড⁰ অমৰজিৎ শ‌ইকীয়া ডুমডুমা স্থিত বীৰ ৰাঘৱ মৰাণ চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ।