টাই আহোম যুৱ পৰিষদ ;অসম কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ডিব্ৰুগড় জিলা আৰু নাহৰকটীয়া মহকুমা সমিতিৰ সহযোগত আজি কেন্দ্ৰীয় সমিতিৰ সভাপতি মানচাও বিজয় ৰাজকোঁৱৰ ,সাধাৰণ সম্পাদক মানচাও ৰুদ্ৰসাগৰ বুঢ়া গোহাঁই আৰু জিলা ,মহকুমা সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত টাইপাৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আটাছু নাহৰকটীয়া মহকুমা সমিতিৰ প্ৰক্তন কাৰ্যকৰি সভাপতি মানচাও সুৰজ ৰংচোৱালৰ নেতৃত্বত নাহৰকটীয়াৰ চুকাফা সমন্বয় ক্ষেত্ৰত শতাধিক পুৰুষ মহিলাই টাইপাত যোগদান কৰে।...