বিলাসীপাৰা হাকামাত প্ৰশাসনৰ উচ্ছেদ অভিযান। হাকামাত বেদখলকাৰীৰ বিৰুদ্ধে চলিল প্ৰশাসনৰ বুলডোজাৰ। বেলতলীত ভূমি বিবাদক কেন্দ্ৰ কৰি সংঘাতৰ সৃষ্টি হোৱা বিতৰ্কিত ভূমিত এক্সকেভেটৰ লগাই প্ৰশাসনে চলালে উচ্ছেদ। ২১ আগষ্টত বেলতলীৰ ভূমি বিবাদত উদণ্ড লোকৰ নিৰ্মম প্ৰহাৰত মৃত্যু হৈছিল এগৰাকী ব্যক্তিৰ। তাৰ পিছতেই সম্পূৰ্ণ ৰূপে অশান্ত হৈ পৰিছিল সমগ্ৰ বিলাসীপাৰা। ইতিমধ্যে উক্ত ঘটনাৰ লগত জড়িত অধিকাংশ দোষীক গ্ৰেপ্তাৰ কৰিছে বিলাসীপাৰা আৰক্ষীয়ে। আজি উক্ত বিতৰ্কিত ভূমিত প্ৰশাসনে উচ্ছেদ অভিযান চলাই সম্পূৰ্ণ ভাংগি তচ-নচ কৰি দিয়ে ঘৰ দুৱাৰ।॥
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
টিংখাঙত গান্ধী জয়ন্তী উদযাপন
আজি গান্ধী জয়ন্তী। দেশজুৰি উদযাপন কৰা হৈছে গান্ধী জয়ন্তী । টিংখাঙৰ ৰাজগড়ৰটো উদযাপন কৰা হয় গান্ধী...
Kulachalar Muktilav || Bhavna Demonstration || by all the children in the village of Dk Baligaon
Kulachalar Muktilav Bhavna Demonstration by all the children in the village of Dhakuakhana Baligaon.
હાલોલની કલરવ સ્કૂલમાં પરીક્ષા પે ચર્ચા 2023 નો તાલુકા કક્ષાનો અનોખો કાર્યક્રમ યોજાયો.
ભારત સરકારશ્રીના શિક્ષણ મંત્રાલય દ્વારા "પરીક્ષા પે ચર્ચા" ની છઠ્ઠી આવૃત્તિ અંતર્ગત...
ৰঙিয়াত বিশাল ধৰ্মীয় শোভাযাত্ৰা
ৰঙিয়াত বিশাল ধৰ্মীয় শোভাযাত্ৰা । সমগ্ৰ দেশৰ লগতে ৰঙিয়াতো শুক্ৰবাৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা...