আজিৰ খবৰ, গুৱাহাটী, ১০ জুলাই, ২০২২ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন গুৰু হিচাপে ভূগোল বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ড৹ মধুশ্ৰী দাসক নিৰ্বাচন কৰা হয় । অলপতে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ অধ্যক্ষতাত বিজ্ঞান বিভাগৰ সমূহ মুৰব্বী অধ্যাপক অধ্যাপিকাৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাত অধ্যাপিকা মধুশ্ৰী দাসক এই গুৰুত্বপূৰ্ণ দ্বায়িত্ব অৰ্পণ কৰা হয় ।ভূগোল বিজ্ঞান বিভাগৰ প্ৰতিস্থাপন সময়ৰ পৰা বিজ্ঞান গুৰুৰ দ্বায়িত্ব লাভ কৰা এওঁ তৃতীয় গৰাকী অধ্যাপিকা । এসময়ত কটন বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক হিচাপে কাম কৰা মধুশ্ৰী দাসে ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন গুৰুত্বপূৰ্ণ কামত নিয়োজীত থকাৰ উপৰিও দেশে বিদেশে বিভিন্ন গৱেষণাপত্ৰ প্ৰকাশ কৰি ভূয়সী প্ৰশংসা লাভ কৰিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ઝગડિયા તાલુકાના હરીપુરા ગામની દુલ્હને પ્રભુતામાં પગલાં પાડતા પહેલા મતદાન કર્યું.
ઝગડિયા તાલુકાના હરીપુરા ગામની દુલ્હને પ્રભુતામાં પગલાં પાડતા પહેલા મતદાન કર્યું.
অজগৰ চাবলৈ উপস্থিত অগণন লোক
ৰঙিয়াৰ দহৰাত উদ্ধাৰ প্ৰকাণ্ড অজগৰ। অজগৰ চাবলৈ উপস্থিত অগণন লোক। ৰঙিয়া-বালিসত্ৰ পথৰ দাতিত উদ্ধাৰ...
अग्र आरोही अग्रवाल महिला मंच का स्थापना दिवस मनाया
अग्र आरोही अग्रवाल महिला मंच द्वारा शुक्रवार को हरियाली रिसोर्ट में स्थापना दिवस समारोह आयोजित...