#Golaghat_python_recovered

গোলাঘাটৰ ৫ নং থুৰাজানত উদ্ধাৰ এডাল প্ৰকাণ্ড অজগৰ সাপ।স্থানীয় ৰাইজৰ ঘৰত প্ৰৱেশ কৰি গৰালৰ  হাঁহ ভক্ষণ কৰি থকা অৱস্থাত উদ্ধাৰ অজগৰটো।খাদ্যৰ সন্ধানত নামবৰ হাবিৰ পৰা ওলাই আহিছিল অজগৰটো।শেষত স্থানীয় ৰাইজৰ তৎপৰতাত অজগৰডালক উদ্ধাৰ কৰি মুকলি কৰা হয় নামবৰ দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যত।