চিচিবৰগাঁও মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা সম্পন্নঃ চিলাপথাৰৰ চিচিবৰগাঁও মহাবিদ্যালয়ত আজি ৩০ সংখ্যক নৱাগতা আদৰণি সভাখনি অনুষ্ঠিত হৈ যায়। পুৱা পৰিবেশ নিকাকৰণেৰে কায্যসূচী আৰম্ভ হোৱাৰ পাছতে অনানুষ্ঠানিক ন-পুৰনি ছাত্র-ছাত্ৰীৰ মিলন চৰা আৰম্ভ হয়। ইয়াৰ পাছতে ভাস্কৰ চুতীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা । ছাত্র-ছাত্ৰীৰ সমবেত সংগীতেৰে আৰম্ভ হোৱা মুকলি সভাত ধেমাজি জিলা ছাত্র সন্থাৰ সভাপতি দীপক শৰ্মা, মৰিধল কলেজৰ অধ্যক্ষ ড০ দিপেন শইকীয়া, পৰিচালনা সমিতিৰ সভাপতি যোগেন ভূঞা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যুটীয়া সম্পাদক তপন শইকীয়াই গঠনমূলক বক্তব্য প্ৰদান কৰে। ইফালে গীত-মাত , নৃত্যৰে জীপাল হয় সমগ্ৰ পৰিবেশ ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
অসম আৰক্ষীয়ে সামাজিক মাধ্যমত পিতৃ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলে
অসম আৰক্ষীয়ে সামাজিক মাধ্যমত পিতৃ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলে এনেদৰে।এগৰাকী পুলিছ ও যে এগৰাকী...
10 નોટીસ ફટકારી છતાં કોન્ટ્રાકટરે રોડ નં બનાવ્યો
10 નોટીસ ફટકારી છતાં કોન્ટ્રાક્ટરે રોડ ન બનાવ્યો: ડીસામાં મંજૂરી મળ્યા બાદ દોઢ વર્ષ સુધી 6 રોડની...
হাটশিঙিমাৰীত জব্দ বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেট সহ আটক এজনl
হাটশিঙিমাৰীত জব্দ বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেট সহ আটক এজনl
গোপীৰ সৈতে নৃত্য মন্ত্ৰী যোগেন মহনৰ। ৰাইদঙীয়া আঞ্চলিক ৰাস উদযাপন সমিতিৰ ৰাসৰ ব্যাপক প্ৰস্তুতি
আগন্তুক নৱেম্বৰত হব লগা শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ’ৰ বাবে ব্যাপক প্ৰস্তুতি মৰাণৰ...