ভাৰতীয় জীৱন বীমা নিগমৰ ৬৬সংখ্যক প্ৰতিষ্ঠা দিৱসটি সমগ্ৰ ভাৰতবৰ্ষৰ ২০৪৮ টা শাখাত আজি পালন কৰাৰ লগতে মৰিগাঁও শাখাতো উদযাপন কৰে। এই লৈ পুৱা মৰিগাঁও শাখাৰ সন্মুখত নিগমৰ পতাকা উত্তোলন কৰে শাখা প্ৰবন্ধক হেমন্ত কলিতাই।