দক্ষিণ কামৰূপৰ মিৰ্জাৰ সমীপৰ সৰপাৰা গাওঁৰ উদিয়মান যুৱক , সাংস্কৃতিক কর্মী হিচাপে সুনাম থকা দিৱস দৰ্শনৰ কাহিনী , পৰিচালনা আৰু চিত্ৰনাট্যৰে আৰু অনুভূতি কলাকেন্দ্ৰৰ বেনাৰত নিৰ্মাণ কৰা হৈছে প্ৰায় ডেৰ ঘণ্টা দৈৰ্ঘ্যৰ অসমীয়া কথাছবি "অমিতাভ" । সকলো ঠিকে থাকে থাকিলে অহা ১৯ আগষ্টত ছবিখনৰ শুভ মুক্তি দিয়া হব । আনহাতে ২৮ জুলাইত গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক অনুষ্ঠানত ছবিখনৰ ট্ৰেইলৰ মুকলি কৰা হয় । ট্ৰেইলৰ মুকলি কৰে ছবিখনত অভিনয় কৰা জনপ্ৰিয় কৌতুক অভিনেতা অতুল পাঁচনীয়ে । আনহাতে এই উপলক্ষে সাংবাদিক ধৰিত্ৰী দাসে আঁত ধৰা অনুষ্ঠানত চমু ভাষণত অতুল পাঁচনীয়ে এনে এখন ব্যতিক্ৰমী চিনেমা উপহাৰ দিয়া বাবে পৰিচালক দিৱস দৰ্শনৰ শলাগ লয় আৰু দৰ্শকে চিনেমাখন আদৰি লব বুলি আশা প্ৰকাশ কৰে । অনুষ্ঠানত পৰিচালক দিৱস দৰ্শনে ছবিখন নিৰ্মাণৰ আঁৰৰ কথা , অভিজ্ঞতা আদিৰ চমুকৈ বাখ্যা দাঙি ধৰে । অনুষ্ঠানত ছবিখনত অভিনয় কৰা কেবাজনো অভিনেতা - অভিনেত্ৰী উপস্থিত থাকে । উল্লেখযোগ্য যে কিছুদিন পূৰ্বে চেন্নাইত মৃত্যুক আঁকোৱালি লোৱা অসমীয়া সাংস্কৃতিক জগতৰ ৰত্ন স্বৰূপ , উদিয়মান শিল্পী কিশোৰ দাসেও ছবিখনত অভিনয় কৰিছিল । আনহাতে ছবিখনৰ দৃশ্যগ্ৰহণ সমূহ দক্ষিণ কামৰূপৰ পলাশবাৰী , কুকুৰমাৰা , ৰঙামাটি , ৰাণী , চানডুবিকে ধৰি অসম - মেঘালয় সীমান্তৰ কেতবোৰ মনমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ স্থানত লোৱা হৈছিল। আৰম্ভণিতে প্ৰয়াত শিল্পী কিশোৰ দাসৰ প্ৰতিচ্ছবিত সমূহীয়াভাবে শ্ৰদ্ধাঞ্জলি জনোৱা হয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ધારી ટાઉન પુરબીયા શેરી વિસ્તારમાં આરોપીના રહેણાંક મકાનમાંથી ભારતીય બનાવટનો વિદેશી દારૂ (IMFL) ની બોટલો નંગ ૮ જેની કિ.રૂા,૩,૨૦૦/- નો પ્રોહી મુદ્દામાલ શોધી કાઢતી ધારી પોલીસ ટીમ
પકડવાના બાકી આરોપીઓ (૧) સાગરભાઇ મુકેશભાઇ મેટાળીયા રહે. ધારી, પુરબીયા શેરી,તા.ધારી, શ્રી પોલીસ...
जलजीवन मिशन घोटाले में सीबीआई की एंट्री के बाद राजस्थान के मंत्री का आया बड़ा बयान,कहा-महेश जोशी भी नहीं बचेंगे
राजस्थान में जलजीवन मिशन में 900 करोड़ के घोटाले पर सीबीआई की जांच शुरु होने के साथ ही सियासत में...
पेंडिंग पट्टे जारी करने को लेकर जिला कलक्टर ने ली समीक्षा बैठक*
बूंदी शहर में स्टेट ग्रांट व 69-ए के पेंडिंग पट्टे जारी करने तथा गौवंश की गौशालाओं में शिफ्टिंग...
PM Modi Bihar Visit: नए कैंपस के उद्घाटन पर PM Modi ने कहा- नालंदा से कई देशों की विरासत जुड़ी
PM Modi Bihar Visit: नए कैंपस के उद्घाटन पर PM Modi ने कहा- नालंदा से कई देशों की विरासत जुड़ी
Wipro Buyback Record Date Today: खुल गया विप्रो का शेयर बायबैक ऑफर, पढ़िए इससे जुड़े सभी डिटेल
नई दिल्ली,बिजनेस डेस्क: शेयर बाजर में निवेशकों की नजर आज विप्रो के शेयर पर टिकी है। विप्रो...