বাঁহৰ চুঙাত পানী যোগান ধৰি সমাদৃত হোৱা কাজিৰঙাৰ চন্দন নাথলৈ ইণ্ডিয়া বুক অব ৰেকৰ্ডছৰ আমন্ত্ৰণ।সুখৰ খবৰ যে অহা ১১ চেপ্টেম্বৰ তাৰিখে ইণ্ডিয়া বুক অব ৰেকৰ্ডছৰ প্ৰযোজনাত ৰাজধানী চহৰ দিল্লীত অনুষ্ঠিত হব The International Record Festival -2022. এই অনুষ্ঠানত অভিনৱ উদ্ভাৱনৰ বাবে চন্দন নাথকো আমন্ত্ৰণ জনাইছে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছে।উল্লেখ্যে যে কাজিৰঙাৰ কহঁৰা নিবাসী চন্দন নাথে প্লাষ্টিকৰ বিকল্প হিচাপে বাঁহৰ চুঙাত পৰ্যটকক পানী যোগান ধৰি আহিছে। পেশাত জীপচী চালক চন্দন নাথৰ এই পদক্ষেপক ব্যাপক সহাৰি জনাই আহিছে দেশী-বিদেশী পৰ্যটকসকলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
शिक्षक हमारे जीवन के मार्गदर्शक, जो हमें सिखाते हैं सही रास्ते पर चलना - सरोज अग्रवाल
शिक्षक हमारे जीवन के मार्गदर्शक, जो हमें सिखाते हैं सही रास्ते पर चलना - सरोज अग्रवालसम्मानित...
વડનગર પંથકનો આર્મી જવાન સિક્કિમની નદી પાસે ત્રણ દિવસથી ગુમ, પરીવારજનો ભુખ્યા તરસ્યા જોઈ રહ્યા છે રાહ
વડનગર પંથકનો આર્મી જવાન સિક્કિમની નદી પાસે ત્રણ દિવસથી ગુમ, પરીવારજનો ભુખ્યા તરસ્યા જોઈ રહ્યા છે રાહ
દાંતિવાડા ડેમમાં પાણીની સપાટી 602.5 ઉપર જતા 4 દરવાજા ખોલી બનાસ નદીમાં પાણી છોડતા સાવચેતી રાખવા અપીલ
દાંતિવાડા ડેમમાં પાણીની સપાટી 602.5 ઉપર જતા 4 દરવાજા ખોલી બનાસ નદીમાં પાણી છોડતા સાવચેતી રાખવા અપીલ
टीम डोनाल्ड ट्रंप बन गए एलन मस्क और भारतवंशी रामास्वामी, किस सरकारी विभाग का करेंगे नेतृत्व?
नई दिल्ली/वॉशिंगटन। डोनाल्ड ट्रंप 20 जनवरी 2025 को अमेरिकी राष्ट्रपति पद की शपथ लेंगे। इससे पहले...
সদৌ অসম আহোম সভাৰ ৪১জনিয়া নগাঁও জিলা সমিতি গঠন।
ৰহাৰ গডমাৰি প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোবা সমিতি গঠন সভাত সদৌ অসম আহোম সভাৰ ৪১জনিয়া নগাঁও জিলা...