অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ স্থায়ী কাৰ্যালয়ৰ শিলন্যাস কৰিলে মন্ত্ৰী যোগেন মহন 

বশিষ্ঠস্থিত দিছপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ সমীপতে হব এই নতুন কাৰ্যালয়। 

ছয় মহলীয়াকৈ নির্মাণ হব লগা অত্যাধুনিক সকলো সা সুবিধা থাকিব লগা এই কাৰ্যলয়ৰ বাবত ব্যায় হব ১৩ কোটি ৭০ লাখ।