গোলাঘাটৰ ঐতিহ্যমণ্ডিত দেৱৰাজ ৰয় মহাবিদ্যালয়ত কৃষিমন্ত্ৰী তথা প্ৰাক্তন ছাত্ৰ অতুল বৰা ৷নিজে অধ্যয়ন কৰা মহাবিদ্যালয় খনত উপস্থিত হৈ অসম আন্দোলনৰ স্মৃতি ৰোমন্থন কৰিলে কৃষিমন্ত্ৰী গৰাকীয়ে ৷ গোলাঘাটৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনত উপস্থিত হৈ নিজে পঢ়া দিনৰ কথা ৰোমন্থন কৰিলে অতুল বৰাই ৷ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ অনুদানেৰে নিৰ্মাণ কৰিবলগীয়া এটা ভৱনৰ আধাৰশিলা কৰিলে মন্ত্ৰীগৰাকীয়ে । দেৱৰাজ ৰয় মহাবিদ্যালয়ত পঢ়ি থকাৰ সময়খিনিতে অসম আন্দোলনৰ ভৰপক সময় আছিল সেই দিনবোৰৰ স্মৃতিও ৰোমন্থন কৰিলে অতুল বৰাই । মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আছিল বৰ্তমানৰ কৃষিমন্ত্ৰীগৰাকী । অতীতৰ মধুৰ স্মৃতি ৰোমন্থন কৰি ৰোমাঞ্চিত কৃষিমন্ত্ৰী অতুল বৰা ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
যোৰহাটত আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰা
যোৰহাট জিলা প্ৰশাসন আৰু শিক্ষা বিভাগ,যোৰহাটৰ উদ্যোগত আজি শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী...
ರಾಜ್ಯ ಸರ್ಕಾರ ಕೊಪ್ಪಳ, ಗದಗ ಜಿಲ್ಲೆಯ 600 ಬಡ ಕುಟುಂಬಗಳಿಗೆ ಮನೆಗಳನ್ನು ಮಂಜೂರು ಮಾಡಬೇಕು - ಪರಸಪ್ಪ ಭೀಮಪ್ಪ ಗಜ್ಜರಿ
ರಾಜ್ಯ ಸರ್ಕಾರ ಕೊಪ್ಪಳ, ಗದಗ ಜಿಲ್ಲೆಯ 600 ಬಡ ಕುಟುಂಬಗಳಿಗೆ ಮನೆಗಳನ್ನು ಮಂಜೂರು ಮಾಡಬೇಕೆಂದು 'ರಾಣಿ ಚೆನ್ನಮ್ಮ...
🔸ডিমাকুছিৰ ভোলাটাৰত হাতী পোৱালীৰ কৰুণ মৃত্যু, ব্যথিত প্ৰকৃতিপ্ৰেমী
🔸ডিমাকুছিৰ ভোলাটাৰত হাতী পোৱালীৰ কৰুণ মৃত্যু, ব্যথিত প্ৰকৃতিপ্ৰেমী