চিলাপথাৰৰ চিলাবালি-ভৈৰৱপুৰত  সোপাধৰা সন্দেহত উদণ্ড জনতাৰ প্ৰহাৰ এজন লোকক, ব্যৱস্থা গ্ৰহণ ৰ দাবী ধেমাজি জিলা বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন।

Sponsored

कृष्णा हाइट्स - कोटा

कृष्णा हाइट्स की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

যোৱা নিশা চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিলাবালি-ভৈৰৱপুৰত সোপাধৰা সন্দেহ ত ৰঙাপৰাৰ পৰেশ মণ্ডল ৩৬ নামৰ লোক জনক একাংশ উদণ্ড জনতাই গণপ্ৰহাৰ কৰা ঘটনাৰ পিছতেই আজি চিলাপথাৰত বিষয়টোৰ ওপৰত ধেমাজি জিলা প্ৰশাসনে উচিত তদন্ত কৰি সোপাধৰাৰ নামত নিৰাপৰাধি লোকক সোপাধৰা সজাই নিৰ্মম বৰ্বৰ আক্ৰমণ কৰা ঘটনাৰ উচিত তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণ দাবী জনাইছে  ধেমাজি জিলা বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন সভাপতি বিপ্লৱ দাসে।