গাহৰি ফাৰ্মে গাঁৱৰ পৰিবেশ বিনষ্ট কৰাৰ অভিযোগ আৰক্ষীক দিয়াৰ বাবেই গুৰুলা গুৰুলকৈ পহাৰ এজনক। আহত ব্যক্তি জনক চিকিৎসালয়ত ভৰ্তি।
ভক্তভোগীৰ পৰিয়ালৰ মঙ্গলদৈ সদৰ থানাত এজাহাৰ দাখিল।