দৰং জিলাৰ স্বাস্থ্য বিভাগৰ পৰা ভবিষ্যতে অৱসৰ গ্ৰহণ কৰিব লগীয়া বিষয়া কৰ্মচাৰীৰ বাবে আনন্দৰ বতৰা । এতিয়াৰে পৰা বিভাগটোৰ কোনো কৰ্মচাৰীয়ে অৱসৰৰ পিছত পেঞ্চনৰ বাবে অফিচৰ টেবুলে টেবুলে তাঁত বাতি কাঢ়ি ফুৰিব আৰু নালাগে। অৱসৰৰ দিনাই তেওঁলোকৰ হাতত গতাই দিয়া হ'ব পেঞ্চনকে ধৰি অৱসৰকালীন সকলো চৰকাৰী সা সুবিধাৰ নথিপত্ৰ। জিলাখনৰ স্বাস্থ্য বিভাগত কালিৰে পৰা এনে অতি আদৰণীয় পৰম্পৰাগ আৰম্ভ কৰে অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়াৰ কাৰ্যালয়ে। কালি বিয়লি কাৰ্যালয় প্ৰাংগনত কাৰ্যালয়টোৰ অৱসৰী কেৰিয়াৰ অম্বিকা চৰণ ডেকাৰ বিদায় সম্বৰ্ধনা সভাত বিদায়ী কৰ্মচাৰীৰ গৰাকীৰ হাতত পেঞ্চন আৰু অৱসৰকালীন অন্যান্য সা সুবিধাৰ নথিপত্ৰ সমূহ অৰ্পণ কৰি জিলাখনৰ বিভাগটোত এই পৰম্পৰাৰ শুভাৰম্ভ কৰে অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ নিৰ্মল কুমাৰ বেৰিয়াই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દિયોદર ના સણાંદર મંદિર ખાતે અ આગણવાડી કાર્યકર અને તેડાગર મહીલા કર્મચારીઓ એ રામ ધૂન બોલાવી
દિયોદર ના સણાંદર મંદિર ખાતે અ આગણવાડી કાર્યકર અને તેડાગર મહીલા કર્મચારીઓ એ રામ ધૂન બોલાવી
उत्तर भारत में हीटवेव की स्थिति
उत्तर भारत में लगातार हीट वेव की स्थिति बनी हुई है, जिससे लोगों को तपती गर्मी का सामना करना पड़ रहा है। मौसम विभाग ने बताया कि बिहार में सात जून से 10 जून तक लू की स्थिति बनी रहेगी। इसके साथ ही बंगाल, झारखंड का पूर्वी हिस्स
भारत मौसम विज्ञान विभाग( IMD) ने मंगलवार को चेतावनी दी कि दक्षिण- पूर्व अरब सागर के ऊपर एक...
ગદરથી વનવાસ સુધી: દિગ્દર્શક અનિલ શર્મા દ્વારા આઇકોનિક ટેગલાઇન, વાર્તા કહેવાની સહી
દિગ્દર્શક અનિલ શર્મા, જેઓ તેમના જીવનના મોટા વર્ણનો અને આકર્ષક વાર્તા માટે જાણીતા છે, તેમણે ભારતીય...
संदेशखाली मामले में एक्शन मोड में CBI, पांच लोगों के खिलाफ दर्ज की FIR; जमीन हड़पने और यौन उत्पीड़न को लेकर चल रही जांच
Sandeshkhali case पश्चिम बंगाल के संदेशखाली में महिलाओं के साथ हुए यौन उत्पीड़न मामले में...